"Prime Minister Abash Yojna (urban) houses for evicted people from Amsang Forest Reserve.
মাননীয় মুখ্যমন্ত্ৰী ,অসম।
বিষয়: সদ্য উচ্ছেদিত আমচাং বনাঞ্চলৰ পৰা উচ্ছেদিত বাসিন্দা সকলৰ বাবে "প্ৰধান মন্ত্ৰী আবাস যোজনা " ৰ অধীনত বহুমহলীয়া আবাস নিৰ্মাণ তথা অন্য খিলঞ্জীয়া নাগৰিক সকলক বিভিন্ন ঠাইত সংস্থাপন আৰু বনাঞ্চল সমূহ বেদখলৰ পৰা মুক্ত কৰাৰ আহ্বান।
মহোদয়,
আন্তৰিক সম্ভাষণ জনালো। আমি সামাজিক মাধ্যম ফেচবুকৰ গ্রুপ "National Forum of Assam " তৰফৰ পৰা আপুনি বনাঞ্চল সমূহ বেদখল মুক্ত কৰণৰ বাবে লোৱা দৃঢ় পদক্ষেপক আদৰণি জনাইছো। কিন্তু সেয়া কৰিবলৈ যাওতে ক্ষয় ক্ষতি হোৱা লোক সকলৰ দুখ দুৰ্দশা দেখিও আমি অতিকে ব্যথিত হৈছো। আমাৰ ভৱিষ্যত প্ৰজন্মৰ বাবে প্ৰাকৃতিক পৰিবেশৰ ভাৰসাম্যতা বজাই ৰাখিবলৈ এনে কঠোৰ পদক্ষেপ লব লগা হৈছে তাত আমাৰ দ্বিমত নাই। কিন্তু ইয়াৰ লগতে ক্ষতিগ্ৰস্ত গৃহ হীন লোক সকলক একোটা ঘৰ দিয়াৰ বাবে মহোদয়ক অনুৰোধ জনালো। আপুনি পুণৰ সংস্থাপনৰ প্ৰতিশ্ৰুতি দিয়াত আমি আনন্দ পাইছো কিন্তু আমাৰ মাজত চৰ্চা হৈছে যে ইমান খিনি মানুহক মাটি দিয়াটো সম্ভৱ নে বা বৰ্তমান সম্ভৱ হলেও ভৱিষ্যতে আৰু কিমান মানুহক মাটি দিব পৰা যাব বা বিভিন্ন চৰকাৰী প্ৰকল্পৰ বাবে ভৱিষ্যতে মাটি কম নহয়তো ?
গতিকে আমি মহোদয়ক বৰ্তমান দেশত চলি থকা "প্ৰধান মন্ত্রী আবস যোজনা" (PMAY Urban ) আঁচনিৰ অন্তৰ্গত আধুনিক প্ৰযুক্তিগত বৃহৎ গৃহ নিৰ্মাণ আচঁনি লবলৈ অনুৰোধ জনালো। আমি পোৱা প্ৰাৰম্ভিক খবৰ মতে অন্ধ্ৰ প্ৰদেশত প্ৰায় 2600 কোটি টকাৰ,তেলেংগানাত 2400 কোটি টকাৰ,দিল্লীত 2000 কোটি টকাৰ আচঁনি লোৱা হৈছে। গোটেই দেশতে 2022 চনৰ ভিতৰত দুইকোটি গৃহ নিৰ্মাণৰ পৰিকল্পনা আছে কেন্দ্ৰীয় চৰকাৰৰ। অন্ধ্ৰ প্ৰদেশত বিজয়ৱডা (Vijayawada dist) আৰু নিললোৰ (Nellore dist) জিলাত এই আঁচনিৰ অধীনত নিৰ্মাণ কৰি থকা ঘৰ সমূহৰ আমি গম পোৱা মূল আৰ্হিটো এনে ধৰণৰ
1.ইয়াত কম খৰচতে গৃহ নিৰ্মাণ কৰা অত্যাধুনিক শেষতীয়া প্ৰযুক্তি ব্যৱহাৰ কৰা হৈছে ,যত পৰম্পৰাগত ইটা আৰু কংক্ৰিত ৰ সলনি অন্য উপাদান ব্যৱহাৰ কৰা হৈছে আৰু ঘৰ বিলাক চাৰি মহলিয়া।
2. এক একৰ (প্ৰায় 3.5 বিঘা) মাটিত চৌহদৰ বেৰা, ৰাস্তা পদুলি ,বিদ্যুৎ,পানী যোগান আদি সকলো ব্যৱস্থা ৰাখিও প্ৰায় এশ পৰিয়ালৰ ঘৰ তৈয়াৰ হয়। অৰ্থাৎ 100 একৰ বা 350 বিঘা মাটিত দহ হাজাৰ পৰিয়ালক আবাস দিব পৰা যায়। কিন্তু গৃহহীন সকলক মাটি দিয়াৰ কথা ভাবিলে 350 বিঘা মাটিত একঠাকে দিলেও ৰাস্তা পদুলি এৰি প্ৰায় 1500 পৰিয়ালক হে মাটি দিব পৰা যাব। তাৰোপৰি আকৌ গৃহ নিৰ্মাণ আৰু ভূমি তৈয়াৰ কৰাৰ খৰচ থাকিব।
2: এই ঘৰ বিলাক দুখীয়া আৰু নিম্ন মধ্য বিত্ত শ্ৰেণীৰ বাবে উপযোগী। বিদ্যুৎ,পানী ,আন্তঃগাঁঠনিৰ ৰাস্তা,চৌহদৰ বেৰা,নৰ্দমা সকলো প্ৰকল্পৰ অন্তৰ্গত। 300 ,365 আৰু 430 বৰ্গ ফুটৰ ঘৰ বিলাক চৰকাৰে দুখীয়া লোকক দিব 2.5, 3.5,4.5 লাখ টকাত সম্পূৰ্ণ বিক্ৰীৰ স্বৰ্ত সহ। এই প্ৰতিটো ঘৰত কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ 50:50 অনুপাতত 1.5 লাখ কৈ মুঠ তিনি লাখ টকাৰ বৰঙণি থাকিব। এয়া অসমৰ ক্ষেত্ৰত বেলেগ হব ,কেন্দ্রীয় অনুদান অসমে বেছি পাব,গতিকে অসম চৰকাৰে ব্যয় কম কৰি আৰু কম দামত ঘৰ দিব পাৰিব। ঘৰৰ গ্ৰাহকে গোটেই খিনি টকা বেংকাৰ পৰা লন হিচাপে পোৱাৰ ব্যৱস্থা থাকিব ,তেওঁলোকে মাথো EMI খিনি সম্পূৰ্ণকে দিলে ঘৰৰ মালিকিস্বত্ব পাব।। আমি ভাবো পাহাৰত বাস কৰা দুখীয়া লোক সকলে এই ঘৰৰ ব্যয় 2.5 বা 3.5 লাখ টকা ঋণ হিচাপে পালে নিশ্চয় কিস্তিৰ ধন পৰিশোধ কৰিব পাৰিব কাৰণ পাহাৰত ঘৰ সজা,ৰাস্তা বনোৱা,আৰু পানীৰ কুঁৱা খন্দোতে তাতকৈ বেছি ধনহে খৰচ কৰিব লাগে।
3. গুৱাহাটী অসমৰ অৰ্থনৈতিক কেন্দ্ৰ আৰু গুৱাহাটীৰ অৰ্থনৈতিক গতিত ৰাজ্যৰ বিভিন্ন ঠাইৰ পৰা সংস্থাপনৰ বাবে পাহাৰত বসবাস কৰা এই সকল লোকৰ প্ৰভূত অৰিহণা আছে,এওঁলোকৰ সংস্থাপন মানে গুৱাহাটীৰ অৰ্থনীতি বিকাশ তথা ৰাজ্যৰ অৰ্থনীতিৰ বিকাশ। এওঁলোকক আঁতৰাই পঠালে ক্ষতিহে হব ।
দ্বিতীয়তে আমি বিচাৰো ব্ৰহ্মপুত্ৰৰ দুয়োপাৰে আৰু চৰ চাপৰি সমূহত খিলঞ্জীয়া লোকৰ বসতি বৃদ্ধিৰ বাবে চৰকাৰে উদ্যোগ লওক। কাৰণ ব্ৰহ্মপুত্ৰৰ সুৰক্ষা অসমৰ সুৰক্ষা , কাৰণ ইয়াতেই অবৈধ ভাবে আহি থকা বাংলাদেশী লোকে প্ৰথমে খোপনি পোতে। খিলঞ্জীয়া লোক সকলক চৰকাৰী আবাস , বি পি এল কাৰ্ড, কৃষাণ কাৰ্ড,ৰাস্তা,বিজুলী ,চলাৰ লাইট ,সুৰক্ষা,চিকিৎসাৰ সু ব্যৱস্থা কৰি দিব লাগে সেই অঞ্চল সমূহত। খিলঞ্জীয়া লোক সকলে তেতিয়া তাত থাকিবলৈ সুৰক্ষিত অনুভৱ কৰিব আৰু বেদখলৰ সমস্যা বহুখিনি কমি যাব। একেদৰে অনুৰূপ ব্যৱস্থা সীমান্তৰ অঞ্চল সমূহতো ললে অন্য ৰাজ্যৰ আগ্ৰাসন বহুখিনি ৰোধ কৰিব পৰা যাব।
মহোদয়,আপুনি আমাৰ জাতীয় নায়ক আৰু আপোনাৰ চৰকাৰে APSC ৰ দুৰ্নীতি নিৰ্মূল,বিভাগ আৰু বিষয়াৰ দুৰ্নীতি নিৰ্মূল আদি বহুখিনি সংস্কাৰ মুখি কাম কৰিছে আৰু আমাৰ ৰাজ্য বাসীৰ তাত পূৰ্ণ সমৰ্থন আছে। এতিয়া আপুনি লোৱা বনাঞ্চল,পাহাৰ,বিল আদি বেদখল মুক্ত কৰিবলৈ লোৱা অভিযান সফল হওক তাৰ কামনা কৰিলো আৰু ক্ষতিগ্ৰস্ত সকলে তাত কৈ বেছি ভালকৈ থকাৰ সুব্যৱস্থা পাব তাৰ আশা কৰি এই খিনি কথাৰ অবলোকন কৰিলো।
তাৰোপৰি অসমত ক্ৰমাগত বৃদ্ধি পোৱা জন সংখ্যা বৃদ্ধিৰ নিয়ন্ত্ৰণ ৰ বাবে ফলপ্ৰসূ চৰকাৰী আচঁনি লব বুলিও আশা কৰিলো। সেয়াহে আমাৰ সীমিত সম্পদৰ জোৰা মৰাৰ স্থায়ী উপায় হব নিশ্চয়।
ইয়াৰ লগতে উচ্ছেদিত অঞ্চল সমূহ যাতে পুনৰ বেদখল নহয় তাৰো ব্যৱস্থা লব লাগে আৰু বেদখল স্থায়ী ভাবে মুক্ত কৰিবলৈ কঠোৰ আইন প্ৰণয়ন কৰিবলৈ অনুৰোধ জনালো। লগতে যিসকল বিষয়া কৰ্মচাৰীৰ অবহেলা বা প্ৰৰোচনাত এই বেদখল চলি আছে তেওঁলোককো জবাব দিহি কৰিবলৈ অনুৰোধ জনালো।
লগতে মহোদয়ক জনাওঁ যে এই মঞ্চৰ পৰাই চহৰ অঞ্চলত আৰু ৰাজপথ সমূহত ৰাজহুৱা প্ৰসাবগাৰ আৰু শৌচালয় ৰ অভাবত ৰাইজ বিশেষ কৈ মহিলা সকলে কিমান অসুবিধা আৰু কষ্ট পায় লিখিছিলো আৰু মহোদয়ৰ পৰা উচিত পদক্ষেপ আশা কৰিছিলো। আশা কৰো সেই আবেদন খনো মহোদয়ে গুৰুত্ব সহকাৰে লৈ ৰাইজৰ অসুবিধা সোনকালে দূৰ কৰাৰ ব্যৱস্থিত লব।
সদৌ শেষত মহোদয়ক আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিলো আৰু সুস্বাথ্যৰ কামনা কৰিলো।
প্ৰতিলিপি :
1.মাননীয় বিত্ত মন্ত্ৰী ,অসম।
2.মাননীয় বন মন্ত্ৰী ,অসম।
3.মাননীয় চহৰ উন্নয়ন মন্ত্ৰী, অসম।
4.মাননীয় গড়কাপ্তানি মন্ত্ৰী,অসম
5. মুখ্য সচিব, অসম চৰকাৰ।
6.মাননীয় বিত্ত সচিব ,অসম চৰকাৰ।
ইতি
" National Forum of Assam " ৰ এই আবেদনৰ সমৰ্থনত কৰা ৰাজহুৱা স্বাক্ষৰ সমূহ
Updates
December 5, 2017
The silence from the authorities is heavy but we are still here and still working to get these families the housing they need. It is exhausting to fight for people who have already lost everything yet the necessity of this work keeps me going.
Reached 100 supporters
December 5, 2017
68 Comments
চৰকাৰে যেন অতি সোনকালে উচ্ছেদিত সকলৰ বাবে চৰকাৰী আৱাসৰ ব্যৱস্থা কৰে । উদ্যোক্তাসকললৈ ধন্যবাদ ।
উচ্ছেদিত পৰিয়ালবোৰৰ অৱস্থা সঁচাকৈ বেয়া। চৰকাৰে পলম নকৰি প্ৰধানমন্ত্ৰী আবাস যোজনাৰ জৰিয়তে তেওঁলোকক ঘৰ দিয়াৰ ব্যৱস্থা কৰক। মানৱীয়তাৰ খাতিৰত এইটো অতি প্ৰয়োজনীয়।
অভয়াৰণ্য সমূহ সুৰক্ষা কৰাটো যিদৰে সকলোৰে কৰ্তব্য তেনেকৈ উচ্ছদিত ভূমিহীন সকলৰ সংস্থাপন কৰাটো সকলোৰে কৰ্তব্য বুলি ভাৱিব লাগে।
কথাটো মূখ্য মন্ত্ৰী ডাঙৰীয়াই বিবেচনা কৰিলে পিড়িত ৰাইজ উপকৃত হব আৰু বননীও সংৰক্ষণো হ'ব বুলি ভাবো
For better resource planning I believe this initiative will definitely help all sections of the society .
Signed
Agree
Sign Petition
We never post to your account. Social sign-in is used only to verify your signature.
Add a comment?
Your signature will be added via . Tell others why you're signing — it's optional.
By signing, you accept iPetitions Terms of Service and Privacy Policy.
Share Petition
Don't stop at signing, share the petition link with friends to multiply our impact
Copy link or share directly

Please rehabilitate the evicted people as soon as people and also pay reasonable compensation for their lost. I also would like to appeal our government to provide Prime Minister Abash to each evicted households. Hope our government would consider it as a primary concern. Regards
চৰকাৰে যেন অতি সোনকালে উচ্ছেদিত সকলৰ বাবে চৰকাৰী আৱাসৰ ব্যৱস্থা কৰে । উদ্যোক্তাসকললৈ ধন্যবাদ ।
উচ্ছেদিত পৰিয়ালবোৰৰ অৱস্থা সঁচাকৈ বেয়া। চৰকাৰে পলম নকৰি প্ৰধানমন্ত্ৰী আবাস যোজনাৰ জৰিয়তে তেওঁলোকক ঘৰ দিয়াৰ ব্যৱস্থা কৰক। মানৱীয়তাৰ খাতিৰত এইটো অতি প্ৰয়োজনীয়।
অভয়াৰণ্য সমূহ সুৰক্ষা কৰাটো যিদৰে সকলোৰে কৰ্তব্য তেনেকৈ উচ্ছদিত ভূমিহীন সকলৰ সংস্থাপন কৰাটো সকলোৰে কৰ্তব্য বুলি ভাৱিব লাগে।
কথাটো মূখ্য মন্ত্ৰী ডাঙৰীয়াই বিবেচনা কৰিলে পিড়িত ৰাইজ উপকৃত হব আৰু বননীও সংৰক্ষণো হ'ব বুলি ভাবো
For better resource planning I believe this initiative will definitely help all sections of the society .
Signed
Agree
Help this petition grow
Share it with friends to help reach 250 signatures.
Sign Petition
We never post to your account. Social sign-in is used only to verify your signature.
Add a comment?
Your signature will be added via .
Tell others why you're signing — it's optional.
Signing with Google or Facebook verifies your signature instantly — no email needed.
By signing, you accept iPetitions Terms of Service and Privacy Policy.
Share Petition
Don't stop at signing, share the petition link with friends to multiply our impact
Petitions like this
Other petitions you might want to support
Make your voice count today!
Scan to share
Anyone who scans this can sign the petition.