R Rituparna deka 8 years ago Featured ১২ বছৰৰ তলৰ ছোৱালী ধৰ্ষণ কৰিলে ১ দিনৰ ভিতৰ ফাঁচী , অচিনাকী কোনোবা ব্যক্তিয়ে ধৰ্ষণ কৰিলে এদিনৰ ভিতৰত তদন্ত কৰি ফাঁচী আৰু চিনাকী কোনোৱে ধৰ্ষণ কৰিলে শীঘ্ৰেই উচিত তদন্ত কৰি দোষী প্ৰমাণিত হ'লে ফাঁচীৰ ব্যৱস্থা কৰক
A Abhijit Gogoi 8 years ago Direct heng the rapeist. It can only one solution of this problem..Other wise shoot & site order in the rapeist
S Sirumoni Dutta 8 years ago Featured সচাকৈ আমাৰ অসমৰ বৰ বেয়া অৱস্থা।দলীয় ৰাজনীতি পৰিহাৰ কৰি ভৱিষ্যত প্ৰজন্মৰ বাবে মূৰ তুলি জীয়াই থাকিব পৰা এক সুস্থ পৰিৱেশ ঘুৰাই আনিবৰ বাবে আপোনাক অনুৰোধ জনালোঁ।
P Pranab Kumar Goswami 8 years ago Stern action needs to be taken against the culprit so that no one will dare to repeat.
D Deepshikha 8 years ago Please look after the matter seriously.because we all are daughters,sisters, mother,wife of yours....
D debajyoti baruah 8 years ago এক বলিষ্ঠ পদক্ষেপ লোৱাটো অতি জৰুৰী। এই চিঠিৰ প্ৰতিলিপি ফেচবুকত পোষ্ট কৰিলোঁ। মোৰ ব্যক্তিগত একাউণ্টত। (কপি কৰা হল)
১২ বছৰৰ তলৰ ছোৱালী ধৰ্ষণ কৰিলে ১ দিনৰ ভিতৰ ফাঁচী , অচিনাকী কোনোবা ব্যক্তিয়ে ধৰ্ষণ কৰিলে এদিনৰ ভিতৰত তদন্ত কৰি ফাঁচী আৰু চিনাকী কোনোৱে ধৰ্ষণ কৰিলে শীঘ্ৰেই উচিত তদন্ত কৰি দোষী প্ৰমাণিত হ'লে ফাঁচীৰ ব্যৱস্থা কৰক
Direct heng the rapeist. It can only one solution of this problem..Other wise shoot & site order in the rapeist
I have full support to this demand.
ধৰ্ষণ ৰোধ হওক ।
I am agree on this tropic
Hang is only punishment for RAP.
ধৰ্ষণকাৰীক কঠোৰ আইন প্ৰণয়ন কৰি মৃত্যুদণ্ড দিয়ক ।
I support this petition.
exemplary punishment for rapist
Need to be hanged & tortured publicly
Hope justice will prevail.
I support this petition
Good
Say no to Rape
সচাকৈ আমাৰ অসমৰ বৰ বেয়া অৱস্থা।দলীয় ৰাজনীতি পৰিহাৰ কৰি ভৱিষ্যত প্ৰজন্মৰ বাবে মূৰ তুলি জীয়াই থাকিব পৰা এক সুস্থ পৰিৱেশ ঘুৰাই আনিবৰ বাবে আপোনাক অনুৰোধ জনালোঁ।
Stern action needs to be taken against the culprit so that no one will dare to repeat.
JUSTICE FOR HUMANITY
Please look after the matter seriously.because we all are daughters,sisters, mother,wife of yours....
এক বলিষ্ঠ পদক্ষেপ লোৱাটো অতি জৰুৰী। এই চিঠিৰ প্ৰতিলিপি ফেচবুকত পোষ্ট কৰিলোঁ। মোৰ ব্যক্তিগত একাউণ্টত। (কপি কৰা হল)
Hang the culprit