P Pranab Kumar Goswami 8 years ago Stern action needs to be taken in such a way that no one will dare to repeat .
অ অদৃশ্য অদ্ৰি 8 years ago ধৰ্ষণ (ৰেপ) কাৰ্য্যত লিপ্ত হোৱা অপৰাধী কোনো কাৰণতেই যাতে সাৰি যাব নোৱাৰে তাৰ বাবে এখন নতুন আইন গঠন কৰাটো অতীকে প্ৰয়োজনবোধ কৰিছো । সেই পদক্ষেপ সোণোৱাল ডাঙৰীয়াৰ চৰকাৰে যাতে অতিসোণকালে গ্ৰহণ কৰে তাৰ বাবে শতবাৰ অনুৰোধ কৰিছো। সেই আইনৰ জৰিয়তে প্ৰকৃত অপৰাধী সাক্ষীসহ প্ৰমাণ কৰিব পাৰিলে তাৰ অপৰাধত "ফাচী" হলে ভবিষ্যতলৈও তেনে অপৰাধমূলক ঘটানাবোৰ নাইকীয়া হৈ পৰিব।(আকৌ কৈছো প্ৰকৃত অপৰাধীকহে ফাচী দিয়াটো বিচাৰো কিন্তু নিহঃঅপৰাধীজনক নহয় ) আৰু আইনখনৰ অপব্যৱহাৰ যাতে নহয় তালৈও সুৰুঙা ৰাখিব নালাগিব। গতিকে সোণোৱাল ডাঙৰীয়ালৈ পুনৰ বাৰ অনুৰোধ এই ব্যৱস্থা অতিসোণকালে গ্ৰহন কৰে যেন.....
B Bidyut Sarma 8 years ago I am signing because this type incident is showing the moral degradation of society.And I want strict action against those people.
Stern action needs to be taken in such a way that no one will dare to repeat .
ধৰ্ষণ (ৰেপ) কাৰ্য্যত লিপ্ত হোৱা অপৰাধী কোনো কাৰণতেই যাতে সাৰি যাব নোৱাৰে তাৰ বাবে এখন নতুন আইন গঠন কৰাটো অতীকে প্ৰয়োজনবোধ কৰিছো । সেই পদক্ষেপ সোণোৱাল ডাঙৰীয়াৰ চৰকাৰে যাতে অতিসোণকালে গ্ৰহণ কৰে তাৰ বাবে শতবাৰ অনুৰোধ কৰিছো। সেই আইনৰ জৰিয়তে প্ৰকৃত অপৰাধী সাক্ষীসহ প্ৰমাণ কৰিব পাৰিলে তাৰ অপৰাধত "ফাচী" হলে ভবিষ্যতলৈও তেনে অপৰাধমূলক ঘটানাবোৰ নাইকীয়া হৈ পৰিব।(আকৌ কৈছো প্ৰকৃত অপৰাধীকহে ফাচী দিয়াটো বিচাৰো কিন্তু নিহঃঅপৰাধীজনক নহয় ) আৰু আইনখনৰ অপব্যৱহাৰ যাতে নহয় তালৈও সুৰুঙা ৰাখিব নালাগিব। গতিকে সোণোৱাল ডাঙৰীয়ালৈ পুনৰ বাৰ অনুৰোধ এই ব্যৱস্থা অতিসোণকালে গ্ৰহন কৰে যেন.....
Kill them
Dukhik kothur khasti dbo lge....
Plz take strict action against rape....we want justice
মৃত্যুদণ্ড এ উচিত ৰায়
Just go for public execution
No right to exist in earth of rapist
Fashi dib lage
ফাঁচী
I am signing because this type incident is showing the moral degradation of society.And I want strict action against those people.
Strict action should be taken immediately for such type of crime .
Oti hunkale aain pronoyon koribo lage eyai nourish
অসমত আমাক এতিয়া ধৰ্ষণ আৰু বাংলাদেশীৰ মুক্ত হব লাগে ।
ধৰ্ষণ কাৰিক অতি সনকালে মাৰি পেলাব লাগে
Must take an action againts crime.
Rape korajonok fasi diyok
Save girl
Should take strict action against rape
সুন্দৰ আবেদন।