Protection from growing incidence of Rape and Murder in Assam-Addressal of the issue
249 Comments
C
Chandan sarma
8 years ago
I support this petition and those who are involved in rape cases shall be hang in public places.
B
Biswajit Borah
8 years ago
ফাচী
J
Jayanta kumar Das
8 years ago
Good step
B
Bhaskar J Missong
8 years ago
মুখ্যমন্ত্রী ডাঙৰীয়া আপোনি ধৰ্ষণকাৰীৰ বিষয়ে কঠোৰতম আইন প্ৰণয়ন কৰিব নোৱাৰিলে কি হব লাজ লাগিছে আজি আমাৰ যে এখন চৰকাৰ আছে বুলি কবলৈ আৰে চৰকাৰৰ কাম কি নাগৰিকক সুৰক্ষা দিয়া নিজে জেদ প্লাচ চিকিউৰিটি লৈ থাকি কি লাভ যদি নাগৰিকক সুৰক্ষা প্ৰদান কৰিব নোৱাৰে...
C
Chanakya Hazarika
8 years ago
High time to act a strong law against such culprit and women safety
I support this petition and those who are involved in rape cases shall be hang in public places.
ফাচী
Good step
মুখ্যমন্ত্রী ডাঙৰীয়া আপোনি ধৰ্ষণকাৰীৰ বিষয়ে কঠোৰতম আইন প্ৰণয়ন কৰিব নোৱাৰিলে কি হব লাজ লাগিছে আজি আমাৰ যে এখন চৰকাৰ আছে বুলি কবলৈ আৰে চৰকাৰৰ কাম কি নাগৰিকক সুৰক্ষা দিয়া নিজে জেদ প্লাচ চিকিউৰিটি লৈ থাকি কি লাভ যদি নাগৰিকক সুৰক্ষা প্ৰদান কৰিব নোৱাৰে...
High time to act a strong law against such culprit and women safety
Death penalty to rapest
Hang the rapists
No
অসমখন ৰক্ষা কৰক
ধৰ্ষণকাৰীক তিনিমাহৰ ভিতৰত খৰতকীয়া বিচাৰ কৰি উপযুক্ত শাস্তি বিহাৰ ব্যৱস্থা কৰিব লাগে |
জৰুৰী পদক্ষেপ লবলৈ অনুৰোধ জনালো ৷
There should be a strict law and immediate judgement process .
Great job...
please do justice for those girls and take death panel law for rapist...it is the only way to prevent rap
Stop rape .. .
অতি শীঘ্ৰে আইনখন সংশোধন কৰি দোষীক শাস্তিৰ পৰিমাণ দুগুণ বৃদ্ধি কৰক । আৰু আৰক্ষী বিভাগত সমগ্ৰ ৰাজ্যতে বিনামূলীয়া সক্ৰিয় টেলিফোন নম্বৰৰ ব্যৱস্থা কৰক যাতে তেনে ঘটনা সংঘটিত হোৱাৰ লগে লগে ব্যৱস্থা ল'ব পৰা সুবিধা হয় ।
We need protection. It is high time to raise our voice against rape.....
Yes... I do want justices for the victims as well as quick action against those culprits
Hang the rapist
নিঃসন্দেহে বিষয়টো অত্যন্ত স্পৰ্শকাতৰ হৈ দেখা দিছে। ইতিমধ্যে এই বিষয়টোৱে অসমৰ জনমানসত অত্যন্ত বিৰূপ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। উদ্বেগ-আশংকাৰ সৃষ্টি হৈছে সৰ্বত্ৰ। চৰকাৰৰ কঠোৰ স্থিতি সকলোৱে বাঞ্ছা কৰিছে, কিন্তু এই পৰ্যন্ত সেয়া হৈ নুঠাটো সঁচাকৈয়ে দুৰ্ভাগ্যজনক। মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া, আপোনাৰ চৰকাৰৰ ওপৰত অসমৰ গৰিষ্ঠসংখ্যক ৰাইজৰ যি আস্থা-বিশ্বাস আছে সেয়া শেষ হৈ যাবলৈ নিদিব। কথাটো এই কাৰণেই কৈছো, আপোনাৰ তথা আপোনাৰ মন্ত্ৰী বৰ্গৰ সদিচ্ছা থাকিলেও, বহুক্ষেত্ৰত সেয়া হৈ নুঠাৰ কাৰণ প্ৰশাসনিক কেৰামতালি তথা একাংশ আমোলা-বিষয়া-কৰ্মচাৰীৰ অসহযোগী মনোভাৱ। গতিকে, সময় অতীত নৌহওঁতেই আপুনি দৃঢ় হোৱাতো অসমৰ জনতাই বিচাৰিছে। ধৰ্ষণৰ দৰে এটা ভয়ংকৰ নাৰকীয় কাৰ্যত জড়িত সকলৰ বিৰুদ্ধে কঠোৰ শাস্তি বিহাৰ উদ্দেশ্য কঠোৰ আইন প্ৰণয়নৰ দিশত আগভাগ লওঁক আপুনি। আপোনাৰ দল আৰু চৰকাৰৰ সততে বিৰোধিতা কৰি অহা তথাকথিত (?) প্ৰগতিশীল বুদ্ধিজীৱি-সাংবাদিক-প্ৰতিবাদকাৰীয়ে হয়তো শেহতীয়া নাৰকীয় ধৰ্ষণ পৰ্বৰ বিৰুদ্ধে বৰকৈ সৰব হৈ নুঠিব পাৰে, কিন্তু অসমৰ সাধাৰণ জনতা ক্ষোভত ফাটি পৰিছে। আৰু তেনে লাখ লাখ ক্ষোভিত লোকে বিচাৰিছে ধৰ্ষণকাৰীৰ বিৰুদ্ধে কঠোৰ আইন প্ৰণয়ন হোৱাটো। মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া কথাটো গুৰুত্ব সহকাৰে ল'ব বুলি আশাবাদী হৈ ৰ'লো....