A Anonymous 8 years ago সুন্দৰ প্ৰদক্ষেপে আগবাঢ়িব লাগিব। election ৰ আগত যি বোৰ প্ৰতিশ্ৰুতি দিছিল সেইমতে কাম কৰিব লাগিব , তেতিয়াহে কিবা এটা হব পাৰে। বাংলাদেশী ওপৰতো আইন প্ৰণয়ন কৰিব লাগিব ।
K Kuntal kalita 8 years ago বৰ্তমান অসমত ভয়াবহ ভাবে বৃদ্ধি পোৱা ধর্ষণ আৰু হত্যা আদি ঘটনাৰ পৰা ৰাইজক সুৰক্ষিত কৰক আৰু অসমত খিলঞ্জীয়াৰ ভূমি আৰু ৰাজনৈতিক অধিকাৰ সুনিশ্চিত কৰি অস্তিত্ব বচাবলৈ আবেদন জনালো ।
N Nabajyoti Borah 8 years ago "আজিৰ অসমীয়াই নিজক নবচালে অসম ৰসাতলে যাব।" ধৰ্ষণকাৰীক ফাঁচী,অবৈধ বিদেশীক শাস্তি,খিলঞ্জীয়াৰ অস্তিত্ব সুৰক্ষা কৰি আৰু ৰাইজৰ সমস্যাবোৰৰ প্ৰতি ধ্যান দি সুন্দৰ অসম এখন গঢ়াৰ পৰিৱেশ ৰচনা কৰক।আমাক প্ৰয়োজন মানৱীয়তা আৰু ভাতৃত্ববোধৰ ঐক্যতানেৰে একত্ৰিত এখন সমাজ।
M Munmi devi 8 years ago Rapist should be treated as a grilled posted pork ,as they behave like a Predator .
M Madhusmita Ojha 8 years ago এনেবোৰ ঘৃণনীয় কাম যাতে আকৌ হ'বলৈ নাপায় তাৰ বাবে ব্যৱস্হা ল'ব লাগে লগতে দোষীক শাস্তি দিব লাগে ।
A Anjanjyoti Bora 8 years ago there should capital punishment for rape to instill fear in the minds of perpetrators.
সুন্দৰ প্ৰদক্ষেপে আগবাঢ়িব লাগিব। election ৰ আগত যি বোৰ প্ৰতিশ্ৰুতি দিছিল সেইমতে কাম কৰিব লাগিব , তেতিয়াহে কিবা এটা হব পাৰে। বাংলাদেশী ওপৰতো আইন প্ৰণয়ন কৰিব লাগিব ।
Yes, This is the right time to think about Axom.
Good proposal
বৰ্তমান অসমত ভয়াবহ ভাবে বৃদ্ধি পোৱা ধর্ষণ আৰু হত্যা আদি ঘটনাৰ পৰা ৰাইজক সুৰক্ষিত কৰক আৰু অসমত খিলঞ্জীয়াৰ ভূমি আৰু ৰাজনৈতিক অধিকাৰ সুনিশ্চিত কৰি অস্তিত্ব বচাবলৈ আবেদন জনালো ।
"আজিৰ অসমীয়াই নিজক নবচালে অসম ৰসাতলে যাব।" ধৰ্ষণকাৰীক ফাঁচী,অবৈধ বিদেশীক শাস্তি,খিলঞ্জীয়াৰ অস্তিত্ব সুৰক্ষা কৰি আৰু ৰাইজৰ সমস্যাবোৰৰ প্ৰতি ধ্যান দি সুন্দৰ অসম এখন গঢ়াৰ পৰিৱেশ ৰচনা কৰক।আমাক প্ৰয়োজন মানৱীয়তা আৰু ভাতৃত্ববোধৰ ঐক্যতানেৰে একত্ৰিত এখন সমাজ।
I support this petition
M with the cause.
Hang the rapist
Rapist should be treated as a grilled posted pork ,as they behave like a Predator .
HANG da Rapist.
We want Bangladeshi mukt Asom....
মই সম্পূৰ্ণ সমৰ্থন আগবঢ়াইছো ।
Punish them...
Hang The Rapist
Na
ধৰ্ষণকাৰীক তৎকালে কাৰ্যকৰী হোৱাকৈ ফাঁচিৰ ৰায়দান দিব লাগে।
সুন্দৰ পদক্ষেপ লৈছে
এনেবোৰ ঘৃণনীয় কাম যাতে আকৌ হ'বলৈ নাপায় তাৰ বাবে ব্যৱস্হা ল'ব লাগে লগতে দোষীক শাস্তি দিব লাগে ।
there should capital punishment for rape to instill fear in the minds of perpetrators.
1