We Real Patriots

Govt to take Immediate Action against all Anti-Nationals of Assam

116 people have signed this petition. Add your name now!
We Real Patriots
116 people have signed. Add your voice!
12%
Maxine K. signed just now
Adam B. signed just now

In the recent past, we have seen a lot of Anti-National activities happening in Assam with respect to CAB/NRC, Article 370 of J&K etc etc. These Anti-National elements are openly disturbing law & order situation of Assam by publishing objectionable Social Media contents,speaking in news channels, publicly making derogatory remarks against India & Hinduism etc.


However, we have NOT seen Assam govt taking any strict measures against those people and they are still making those Anti-India remarks openly in the name of "Freedom of Speech".


We, the people of Assam, request Assam & Central govt to take immediate action against those Anti-National elements, so that it does NOT create a Kashmir like situation in near future.


"বাক স্বাধীনতা" ৰ দোহাই দি বহুতো লোকে ভাৰত-বিৰোধী মন্তব্য দি থকা দেখা গৈছে বহু দিনৰ পৰা ! এইসকলে চ'চিয়েল মিডিয়া, নিউজ চেনেল ইত্যাদি সকলোতে এনে ধৰণৰ বিৰুপ মন্তব্য প্ৰায় সদায়েই কৰি আহিছে ! কাশ্মীৰৰ 370 অনুচ্ছেদ আতঁৰোৱাৰ পিছতো এইসকলে বিভিন্ন মাধ্যমত ভাৰত-বিৰোধী কথা লিখা দেখা গৈছে !


আচৰিত জনক ভাবে এই সকলৰ বিৰুদ্ধে অসম চৰকাৰে বিশেষ ব্যৱস্থা লোৱা দেখা যোৱা নাই, যাৰ কাৰণে এই ধৰণৰ ভাৰত-বিৰোধী মন্তব্য বিলাক এই সকল লোকে প্ৰায় সদায়েই কৰিবলৈ লৈছে !


আমি ইয়াৰ জৰিয়তে অসম চৰকাৰ আৰু ভাৰত চৰকাৰক অনুৰোধ জনাওঁ যাতে সেই সকল দেশদ্ৰোহীৰ বিৰুদ্ধে অনতিপলমে আইনগত ব্যৱস্থা গ্ৰহণ কৰে, নহ'লে অসমৰ পৰিস্থিতি কাশ্মীৰৰ দৰে হ'বগৈ !


ৰাইজলৈ অনুৰোধ: সকলোৱে এই পিটিচন খনত নিজৰ মতামত দিয়ক আৰু এই পিটিচন খনৰ সমৰ্থনত নিজৰ নাম লিখক ! ভাৰতৰ এজন দেশপ্ৰেমীক হিচাপে আশাকৰো আপোনালোকে এই অশুভ-শক্তি বিলাকক সামাজিক ভাবে বৰ্জন কৰে ! ধন্যবাদ !

Share for Success
116

Signatures